অসম

টে’ট শিক্ষকৰ বাবে দুঃখবৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: কেন্দ্ৰীয় চৰকাৰে লোৱা এক সিদ্ধান্ত অনুসৰি মুহুতৰ্তে নিবনুৱা হ’ব পাৰে বহু টে’ট শিক্ষক। কেন্দ্ৰীয় চৰকাৰে লোৱা সিদ্ধান্ত মৰ্মে একত্ৰিত হ’ব সৰ্বশিক্ষা আৰু ৰাষ্ট্ৰীয় মাধ্যমিক অভিযান। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ ওপৰত ভিত্তি কৰি মাধ্যমিক আৰু প্ৰাথমিক শিক্ষা সংযুক্ত হবলৈ লোৱা বাবে এতিয়া চিন্তিত হৈ পৰিছে ৰাজ্যৰ হাজাৰ হাজাৰ টে’ট শিক্ষক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close