অসমশীৰ্ষ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্ৰৱেশ নিষিদ্ধ মুখ্যমন্ত্ৰীৰ

প্ৰথম খবৰ,ডিব্ৰুগড়:নাগৰিকত্ব সংশোধনী বিধেয়ক(২০১৬)বাতিলক লৈ উত্তাল ডিব্ৰুগড় বিশ্ববিদ্যালয়।
ছাত্ৰ ৰাজনীতিৰ পাতনি মেলা ডিব্ৰুগড় বিশ্ববিদ্যালয়তেই প্ৰৱেশ নিষিদ্ধ হ’ল জাতীয় নায়ক, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাই মুখ্যমন্ত্ৰীৰ লগতে সকলো বিজেপি নেতাৰ প্ৰৱেশ নিষিদ্ধ কৰি মূল প্ৰৱেশদ্বাৰত আৰিলে জাননী।

Related Articles

Leave a Reply

Close