অসমসভা-সমিতি

ঢকুৱাখনাৰ কঢ়াপৰীয়া বিহুৰ শোভাযাত্ৰা উদ্ধোধন অভিনেত্ৰী শ্যামন্তিকা শৰ্মাৰ

ঢকুৱাখনাৰপৰা পাপু বৰুৱা, প্ৰথম খবৰ: ঢকুৱাখনাৰ ঘিলামৰাৰ চেতিয়া গাঁৱত তিনিদিনীয়াকৈ আয়োজিত “বৃহত্বৰ কঢ়াপৰীয়া বিহু সন্মিলন”ৰ শনিবাৰে দ্বিতীয় দিনা পুৱা ১১ বজাত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উদ্ধোধন কৰে জনপ্রিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মাই। অভিনেত্ৰী গৰাকীয়ে ঘিলামৰাবাসীৰ মৰম শ্ৰদ্ধাত আপ্লুত হোৱা বুলি ব্যক্ত কৰে।

উল্লেখ্য যে, শোভাযাত্ৰাত ক্ৰম অনুসৰি-গায়ন-বায়ন, নেপালী বিহু দল, মহিলা আয়তীৰ দল, মিচিং বিহু, মাছমৰীয়াৰদল, মুগা চোমণি ৰখীয়া, বিয়া নাম, হৰিনাম ইত্যাদি বিভিন্ন দলে অংশগ্ৰহণ কৰে৷

Related Articles

Leave a Reply

Close