Home / অসম / তেজপুৰত পঞ্চায়ত মন্ত্ৰী পীযুষ হাজৰিকা

তেজপুৰত পঞ্চায়ত মন্ত্ৰী পীযুষ হাজৰিকা

তেজপুৰৰপৰা  অপুৰ্ব বৰা,প্ৰথম খবৰ: তেজপুৰত আজি পঞ্চায়ত মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত হয় । তেজপুৰ পৌৰসভাৰ চৌহদত অনুষ্ঠিত হোৱা সভাত মন্ত্ৰী গৰাকীক বিপুলভাৱে আদৰণি জনোৱা হয়। তেজপুৰ পৌৰসভাৰ সভা সভানেত্ৰী পুষ্পা ডেকাৰ পৌৰহিতত অনুষ্ঠিত সভা মন্ত্ৰী গৰাকীয়ে পৌৰকৰ্মীসকল আৰু কৰ্মচাৰীসকলৰ লগত মত বিনিময় কৰে। মন্ত্ৰী গৰাকীয়ে তেজপুৰৰ নগৰ নলা নৰ্দমা নিমাৰ্ণৰ বাবে পাঁচ কোটি টকা প্ৰদানৰ কথা ঘোষণা কৰে। তেজপুৰ চহৰখনত উজলাই তোলাৰ বাবে অত্যাধুনিক বিদ্যুৎ লাইটৰ ব্যৱস্থা কৰাৰ কথাও ঘোষণা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*