অসম

দুধনৈত কংগ্ৰেছ দলৰ প্ৰতিবাদী কাৰ্যসূচী

নিউজ ডেস্ক, প্ৰথম খবৰ: ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে সোমবাৰে দুধনৈত কংগ্ৰেছ দলে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ বাবে গ্ৰহণ কৰিলে প্ৰতিবাদী কাৰ্যসূচী।

উক্ত প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰিলে কংগ্ৰেছ দলৰ প্ৰাক্তন বিধায়ক শিৱচৰন বসুমতাৰী। শেষত প্ৰতিবাদকাৰী সকলে ২০৬৫টা গণ স্বাক্ষৰসহ এখন স্মাৰক পত্ৰ চক্ৰ বিষয়াক প্ৰদান কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close