অসমশীৰ্ষ

দুপৰ নিশালৈ মঞ্চত নেদেখে সীমান্ত শেখৰক

নিউজ ডেস্ক,প্ৰথম খবৰ:অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সীমান্ত শেখৰক আগন্তুক বৰ্ষৰ পৰা দুপৰ নিশালৈ মঞ্চ বিহুৰ অনুষ্ঠানত লগ নাপায় ৰাইজে। আজি টুইটাৰত টুইট কৰি এই কথা প্ৰকাশ কৰে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীয়ে। অসমৰ ৰাইজে দিয়া মৰম আৰু আশীৰ্বাদৰ বাবে ৰাইজক ধন্যবাদ জ্ঞাপন কৰে সীমান্ত শেখৰে।

Related Articles

Leave a Reply

Close