অসম

ধুবুৰীৰ গৌৰিপুৰত বিধায়কৰ গুণ্ডাৰাজ

নিউজ ডেস্ক,প্ৰথম খবৰ: গৌৰিপুৰৰ AIUDFৰ বিধায়ক মিজানুৰ ৰহমানৰ বিৰুদ্ধে গুণ্ডাৰাজৰ অভিযোগ একাংশ ৰাইজৰ। দেৱীতোলা উন্নয়ন খণ্ডৰ বিষয়া কৰ্মচাৰীক মাতি নি মাৰপিট কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।

Related Articles

Leave a Reply

Close