অসমশীৰ্ষ

নগাঁৱৰ চকৰী গাঁৱত অপহৃত যুৱতীক উদ্ধাৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: নগাঁৱৰ চকৰী গাঁৱৰ পৰা অপহৃত হোৱা যুৱতী গৰাকী অৱশেষত উদ্ধাৰ কৰা হ’ল।অতি পৰিতাপৰ কথা যে আইনৰ ৰক্ষকেই ভক্ষকৰ ভূমিকা পালন কৰি সংঘটিত কৰিছিলে এই অপহৰণ কাণ্ড।

অভিযুক্ত আৰক্ষী কনিষ্টবলজনৰ নাম নবী হুছেইন বুলি জানিব পৰা গৈছে আৰু এই আৰক্ষী কনিষ্টবলজনেই যুৱতী গৰাকীক অপহৰণ কৰা অভিযোগ উত্থাপন হৈছে।স্থানীয় ৰাইজে অভিযুক্ত আৰক্ষী কনিষ্টবলজনক কৰায়ক্ত কৰাৰ লগতে উত্তম-মধ্যম শোধাই আৰক্ষীক গতাই দিয়ে।

Related Articles

Leave a Reply

Close