অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত খুমটাই আঞ্চলিক সাংবাদিক সংস্থাৰ স্মাৰক পত্ৰ প্ৰদান

প্ৰথম খবৰ, খুমটাই : নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে খুমটাই আঞ্চলিক সাংবাদিক সংস্থাই আজি খুমটাই ৰাজহ চক্ৰ বিষয়াৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে । আজি স্মাৰক পত্ৰ প্ৰদান অনুষ্ঠানত খুমটাই আঞ্চলিক সাংবাদিক সংস্থাৰ হৈ উপদেষ্টা বিনয় ৰাজখোৱা, সভাপতি বাবুল গগৈ, উপ:সভাপতি চন্দন বৰা, সম্পাদক সাৰঙ্গ তামুলী, সহকাৰী সম্পাদক দীপজ্যোতি তামুলী আৰু সাংগঠনিক সম্পাদক বেদাংগ তামুলী উপস্থিত থাকে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close