অসমতিনিচুকীয়া

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত তিনিচুকীয়াত অৱস্থান ধৰ্মঘট

নিউজ ডেস্ক, প্ৰথম খবৰ: বৃহস্পতিবাৰে তিনিচুকীয়াত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰাৰ দাবীত টাই আহোম যুৱ পৰিষদ আৰু টাই আহোম মহিলা পৰিষদৰ তিনিচুকীয়া জিলা সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে।

উল্লেখ্য, উক্ত দল দুয়োটায়ে তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট গ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close