অসমগুৱাহাটী

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত বুদ্ধিজীৱিৰ গুৰুত্বপূৰ্ণ বৈঠক

নিউজ ডেস্ক, প্ৰথম খবৰ: নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত বৃহস্পতিবাৰে মহানগৰীৰ এন চি পি’ৰ কাৰ্যালয়ত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

জানিবপৰা মতে, উক্ত বৈঠকত বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁই, হৰেকৃষ্ণ ডেকা, মনজিৎ মহন্ত, কমল মেধিৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি বৈঠকত উপস্থিত আছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close