অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণতে মানি লোৱা নহ’ব: বিপিন চাউদাং

নিউজ ডেস্ক, প্ৰথম খবৰ: নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সমগ্ৰ অসমতে তীব্ৰ বাক যুদ্ধ চলি থকাৰ মাজতে এইবাৰ মুখ খুলিলে জনপ্রিয় সংগীত শিল্পী বিপিন চাউদাঙে। ডিব্ৰুগড়ৰ হিলৈধাৰীৰ সংগীতৰ অনুষ্ঠানত গীত পৰিবেশন কৰি থকাৰ মাজতে তেওঁ কয়, নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণতে মানি লোৱা নহ’ব আৰু তাৰ কাৰণে সকলো খিলঞ্জীয়া জনসাধাৰণক মাৰ বান্ধি থিয় দিবলৈ আহ্বান জনায় শিল্পীগৰাকীয়ে।

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ এই নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অসমৰ শিল্পী সমাজৰ এই ভূমিকাত বাৰুকৈ সন্তুষ্টি প্ৰকাশ কৰিছে ৰাজ্যৰ সাধাৰণ জনসাধৰণে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close