Home / অসম / নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ পুনৰ হুংকাৰ আলফা নেতা জিতেন দত্তৰ

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ পুনৰ হুংকাৰ আলফা নেতা জিতেন দত্তৰ

 নিউজ ডেস্ক,প্ৰথম খবৰ: নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাক লৈ চৰকাৰৰ বিৰুদ্ধে যেন  জেহাদ ঘোষণা কৰিছে যুদ্ধবিৰতিত থকা আলফা সদস্য সকলে।নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰিলে যুদ্ধ ঘোষণা কৰিব বুলি হুংকাৰ দিয়ে আলফা নেতা জিতেন দত্তয়। ঢেকীয়াজুলিত আলফা নেতাগৰাকীয়ে কয় – ‘আমি যুদ্ধৰ বাবে প্ৰস্তুতি কৰিছো, মৰিম নাইবা মাৰিম।’ বিধেয়ক বাতিল নকৰিলে যুদ্ধবিৰতি ভংগৰ হুংকাৰ দিয়ে আলফা নেতাজনে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*