অসমনলবাৰী

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা নলবাৰী জিলা সাহিত্য সভাৰ

 

প্ৰথম খবৰ ,নলবাৰী ৯মে’:
কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব আইন সংশোধনী বিধেয়ক২০১৬ গৃহীত কৰি হিন্দু বাংলাদেশীক অসমত সংস্থাপিত কৰিব বিচৰাৰ বিৰুদ্ধে ৰাজ্যজুৰি জাতীয় দল সংগঠন আৰু নাগৰিকসকল ওলাই অহাৰ সময়তে আজি নলবাৰী জিলা সাহিত্য সভায়ো এই বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰিছে।জিলা সাহিত্য সভাৰ সভাপতি ডাঃ বিপিন চন্দ্ৰ কলিতা আৰু সম্পাদক অতুল শৰ্মাৰ নেতৃত্বত সভাৰ এটা সজাতি দলে জিলাৰ উপায়ুক্ত সঞ্জীৱ কুমাৰ দাসৰ জৰিয়তে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা এখন স্মাৰকপত্ৰত সংশোধনী বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰে।

Related Articles

Leave a Reply

Close