অসম

নামতিত উদ্ধাৰ হ’ল বিৰল প্ৰজাতিৰ বনৰৌ

প্ৰথম খবৰ, নামতি: শিৱসাগৰ জিলাৰ নামতিত উদ্ধাৰ বিৰল প্ৰজাতিৰ বনৰৌ। নামতি চাৰিআলিৰ বেলুন আলিৰ গৃহত উদ্ধাৰ হৈছে বনৰৌটো। আৰু উদ্ধাৰ হোৱা বনৰৌটো চাবলৈ অগণন মানুহে ভীৰ কৰিছে বেলুন আলিৰ বাসগৃহত।

নিশা বেলুন আলিৰ পৰিয়ালে চোতালত বনৰৌটো ঘূৰি ফুৰা প্ৰত্যক্ষ কৰি স্থানীয় লোকৰ সহযোগত বন্দী কৰে বুলি পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close