অসম

নাহৰকটীয়াত আছুৰ উদ্যোগত বিশাল প্ৰতিবাদী সমদল

নিউজ ডেস্ক, প্ৰথম খবৰ: নাগৰিকত্ব সংশোধনী বিধেয়ক আইনখন বাতিল কৰাৰ দাবীত এইবাৰ ৰাজপথত ওলায় আহিল নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থা। এই সমদলত কুৰিটাৰো অধিক দল সংঘটনৰ সদস্যই অংশগ্ৰহণ কৰে। লক্ষ্যনীয় ভাৱে সমদল ওলোৱা সময়ত নগৰখনৰ সকলো দোকান বন্ধ হৈ পৰে তথা সকলো জনসাধাৰন স্বত:স্ফুৰ্ত ভাৱে ওলাই আহি সমদলত অংশগ্ৰহণ কৰে আৰু বিজেপি চৰকাৰ মুৰ্দাবাদ ধ্বনিৰে নাহৰকটীয়াৰ আকাশ বতাহ মুখৰিত কৰি তোলে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close