বিনোদন

নিজৰ ভাষাত ছবি

নিউজ ডেস্ক, প্ৰথম খবৰ: যিসকলে ছবি চাই ভাল পায় সেইসকলৰ বাবে সুখবৰ। কিয়নো, এতিয়াৰপৰা যিকোনো ছবি দৰ্শকে নিজৰ ভাষাত চাব পাৰিব। বহুত এনেকুৱা ভাষাৰ ছবি আছে যিবোৰৰ ভাষা দৰ্শকে বুজি নাপায়। যাৰ বাবে ছবিখনে কি বুজাইছে সেয়া ভালকৈ অনুমান কৰিব নোৱাৰে দৰ্শকে। এইক্ষেত্ৰত আহিছে এক নতুন এপ যাৰ নাম এক্সএল চিনেমা। এতিয়া এই এপৰ ব্যৱহাৰেৰে দৰ্শকে নিজৰ ভাষাত যিকোনো ছবি উপভোগ কৰিবলৈ সক্ষম হ’ব।

এই এপৰ এটা বিশেষ বৈশিষ্ট্য হৈছে এপবিধে কোনো এটা ভাষাত মুক্তি পোৱা এখন ছবি বিভিন্ন ভাষাত ব্যৱহাৰকৰ্তাক শুনাব। যাৰ দ্বাৰা ব্যৱহাৰকৰ্তাই নিজৰ ভাষা নিৰ্বাচন কৰি অতি সহজে ছবিখন চাবলৈ সক্ষম হ’ব। এই এপৰ আন এক বিশেষ বৈশিষ্ট্য হৈছে এই এপ চলিব অফলাইনটো।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close