অসম

মৰাণৰ খোৱাঙত আছুৰ বিশাল গণ সমদল

নিউজ ডেস্ক, প্ৰথম খবৰ: নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাৱীত মৰাণৰ খোৱাঙত আছুৰ বিশাল গণ সমদল যাত্ৰা প্ৰতিবাদ। আছু খোৱাং আৰু ধেমেচি-পথালিবাম আঞ্চলিক সমিতিৰ উদ্যোগত খোৱাং চাৰিআলিৰ পৰা আৰম্ভ কৰা বিশাল গণ সমদল যাত্ৰাত জাতি-জনগোষ্ঠী বিভিন্ন সংগঠনে অংশ গ্ৰহণ কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close