অসমশীৰ্ষ

“পাঠদান এৰি আন্দোলন কৰিলে প্ৰদান কৰা হ’ব কঠোৰ শাস্তি”

নিউজ ডেস্ক, প্ৰথম খবৰ: “শিক্ষা বিভাগৰ আন্তঃগাঁথনিক লৈ উদ্বেগ প্ৰকাশ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ। বেৰ নোহোৱা কোঠাত কিদৰে পাঠগ্ৰহণ সম্ভৱ। ফেন নথকা স্কুললৈ পিতৃ-মাতৃয়ে কিদৰে পঠাব সন্তানক, শৈক্ষিক আন্তঃগাঁথনিক লৈ বহু কৰিবলগীয়া আছে, পাঠদান এৰি আন্দোলন কৰিলে লোৱা হ’ব ব্যৱস্থা, শিক্ষকক অনুশাসনমূলক ব্যৱস্থা লোৱা হ’ব।“– এই মন্তব্য শিক্ষামন্ত্ৰী গৰাকীৰ। বিষয়াই ফেচবুকত চৰকাৰবিৰোধী কথা লিখাক লৈও আপত্তি মন্ত্ৰীগৰাকীৰ। প্ৰাক-প্ৰাথমিকত অসমীয়া ভাষা প্ৰৱৰ্তন আৰু ভূগোল–বুৰঞ্জী বাধ্যতামূলক কৰাৰো পোষকতা নতুন শিক্ষামন্ত্রী গৰাকীৰ।

Related Articles

Leave a Reply

Close