শেহতীয়া
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / ৰাষ্ট্ৰীয় / পুনৰ এভাৰেষ্ট শীৰ্ষত জিলিকিল উত্তৰ-পূৱৰ মহিলা

পুনৰ এভাৰেষ্ট শীৰ্ষত জিলিকিল উত্তৰ-পূৱৰ মহিলা

নেচনেল ডেস্ক, প্ৰথম খবৰ: বিশ্বৰ সৰ্ব্বোচৰ শৃংগ মাউণ্ট এভাৰেষ্টত পুনৰ উত্তৰ-পূৱৰ মহিলা। অৰুণাচলৰ মুৰী লিংগি নামৰ মহিলা গৰাকীয়ে আনুষ্ঠানিক প্ৰশিক্ষণ নোলোৱাকৈয়ে জয় কৰিলে এভাৰেষ্ট। প্ৰথম অভিযানতে মুৰীয়ে লাভ কৰা সফলতাই উত্তৰ-পূৱৰ জনতাৰ মাজত এক আনন্দৰ বাৰ্তা আনিছে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

*