অসম

পুনৰ গুৱাহাটীত অঘটন

নিউজ ডেস্ক, প্ৰথম খবৰ: গুৱাহাটীৰ আদাগুদামত সংঘটিত হৈছে এক অঘটন। নিৰ্মিয়মান বিল্ডিঙৰ পৰা পৰি এজন শ্ৰমিকৰ আকস্মিকভাৱে মৃত্যু হৈছে। মৃত শ্ৰমিকজনৰ ঘৰ হাওৰাঘাটত বুলি জানিব পৰা গৈছে। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close