শেহতীয়া
Home / শীৰ্ষ / পুনৰ বিধ্বংসী ধুমুহাই প্ৰাণ ল’লে ৬৪জন লোকৰ

পুনৰ বিধ্বংসী ধুমুহাই প্ৰাণ ল’লে ৬৪জন লোকৰ

নেচনেল ডেস্ক,প্ৰথম খবৰ: দিল্লী, উত্তৰ প্ৰদেশ,পশ্চিমবংগত বিধ্বংসী ধুমুহাৰ তাণ্ডব। ঘন্টাত প্ৰায় ১২০কি: মি:বেগত অহা ধুমুহাৰ ফলত দিল্লী, উত্তৰাখণ্ডত ৬৪জনৰ লোকৰ প্ৰাণ গ’ল। এই ধুমুহাত ৫০জনৰো অধিক লোক গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হৈছে।  বহু ঠাইত সংযোগ ব্যৱস্থা বিচিন্ন হৈ আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*