অসমৰাষ্ট্ৰীয়

পূৰ্বাঞ্চল বৌদ্ধ সংঘৰ সভাপতিৰ দেহাৱসান

নিউজ ডেস্ক,প্ৰথম খবৰ: পূৰ্বাঞ্চল বৌদ্ধ সংঘৰ সভাপতি তথা মাৰ্ঘেৰিটাৰ ডিবং বৌদ্ধ মন্দিৰৰ বিহাৰাধ্যক্ষ ( ভান্তে) ৱাৰ্নাচাৰা  ভীক্ষুৰ আজি ৯২ বছৰ বয়সত  পুৱা ৬.১৫ত দিবং বৌদ্ধ মন্দিৰত মৃত্যু হয়। দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল ধৰ্মগুৰু গৰাকী ।  তেওৰ মৃত্যুত সমগ্র অঞ্চলৰ লগতে উত্তৰ পূব বৌদ্ধ মহাসভাৰ গভীৰ শোক ছাঁ পৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close