বিনোদনৰাষ্ট্ৰীয়

প্রিয়ংকাৰ আমেৰিকান ধাৰাবাহিকৰ যাত্ৰা শেষ নেকি!

এন্টাৰটেইনমেন্ট ডেস্ক,প্ৰথম খবৰ: টেলিভিচন চেনেল ABC ৰ প্রিয়ংকা চোপ্রাৰ জনপ্রিয় ধাৰাবাহিক কোৱান্টিকো  হ’ব। জানিব পৰা মতে কোৱান্টিকো-৩ এই ধাৰাবাহিক অন্তিম হ’ব। প্রিয়ংকা চোপ্রাই এই ধাৰাবাহিকখনত যোৱা দুবছৰৰ পৰা অভিনয় কৰি আহিছিল। কোৱান্টিকো চিজন-৩ টো প্রিয়ংকাই এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন মুগ্ধ কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close