অসম

পৰিবহণ নিগমৰ কৰ্মচাৰীৰ ক্ষোভ,৩ মাহ ধৰি পোৱা নাই দৰমহা

নিউজ ডেস্ক,প্ৰথম খবৰ:অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীৰ সংবাদমেল। ৩ মাহ ধৰি দৰমহা পোৱা নাই পৰিবহণ নিগমৰ কৰ্মচাৰীয়ে। কংগ্ৰেছ চৰকাৰৰ দিনত নিয়মীয়াকৈ দৰমহা পাই আছিল। বিত্ত বিভাগেও এতিয়ালৈ কোনো গুৰুত্ব প্ৰদান কৰা নাই লগতে পৰিবহণ মন্ত্ৰীৰো কোনো গুৰুত্ব নাই বুলি অভিযোগ কৰে বিভাগটোৰ কৰ্মচাৰীয়ে।  বিভাগটোত গতিকে দৰমহা নহ’লে চৰকাৰী কাৰ্যসূচীত গাড়ী দিয়া নহ’ব বুলি প্ৰকাশ কৰে।

Related Articles

Leave a Reply

Close