ৰাষ্ট্ৰীয়ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

বগীবিলৰ দলঙে সহায় কৰিব সেনাক, পীয়ুষ গোয়েল

নেচনেল ডেস্ক , প্ৰথম খবৰ: পীয়ুষ গোয়েলে কলে  বগী বিল দলং বিকাশৰ এক প্ৰতীক।  বগীবিল দলং নিৰ্মাণ হোৱাৰ ফলত পূৰ্বাঞ্চলৰ সাধাৰণ ৰাইজ আৰু ভাৰতীয় সেনাৰ বহুত উপকৃত হব লগতে উত্তৰ অসম আৰু অৰুণাচলৰ মাজত ৬০০কিলোমিটাৰ দূৰত্ব হ্ৰাস পাব।

Related Articles

Leave a Reply

Close