অসম

বাক্সাত প্ৰতিবাদী সমদল

প্ৰথম খবৰ,বাক্সা:নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত বাগছা জিলাৰ বাগানপাৰাত বাগানপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে চাৰিটা জনজাতীয় ছাত্ৰ সন্থাৰ জোঁৰ সমদল। আছু,আছা, আক্ৰাছু,শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সমদলে জোকাৰি গৈছে সমগ্ৰ অঞ্চল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close