অসম

বাক্সাৰ বাগানপাৰাত চাৰি সংগঠনৰ জোঁৰ সমদল

নিউজ ডেস্ক, প্ৰথম খবৰ: নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত মঙ্গলবাৰে নিশা বাগছা জিলাৰ বাগানপাৰাত বাগানপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে চাৰিটা জনজাতীয় ছাত্ৰ সন্থাই উলিয়ায় জোঁৰ সমদল৷ এই সমদলৰ জৰিয়তে আছু, আছা, আক্ৰাছু, শৰনীয়া আৰু কছাৰী ছাত্ৰ সন্থাই চৰকাৰক নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতীলৰ বাবে আহ্বান জনায়৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close