অসম

বাক্সাৰ বৰমাত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

নিউজ ডেস্ক, প্ৰথম খবৰ: নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বুধবাৰে বাক্সাৰ বৰমাত আছুৱে অৱৰোধ কৰে ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ৷ বিধেয়কখন বাতিলৰ দাবীত এই পথ অৱৰোধত অংশগ্ৰহণ কৰি একাংশ ছাত্ৰ–ছাত্ৰী আৰু আছু কৰ্মীয়ে উত্তাল কৰি তোলে ৰাষ্ট্ৰীয় ঘাইপথ। তিনি ঘণ্টা ধৰি চলা এই পথ অৱৰোধৰ ফলত ঘাইপথত দেখা দিয়ে এক ব্যাপক যান–জঁটৰ সমস্যা৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close