শেহতীয়া
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / ৰাষ্ট্ৰীয় / বাৰানসীত ভয়ংকৰ দুৰ্ঘটনা! থিতাতে নিহত ১৯জন

বাৰানসীত ভয়ংকৰ দুৰ্ঘটনা! থিতাতে নিহত ১৯জন

নেচনেল ডেস্ক,প্ৰথম খবৰ: বাৰানসীত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। নিৰ্মিয়মান ফ্লাই অভাৰৰ বীম খহি ১৯জন লোক থিতাতে নিহত হোৱাৰ লগতে ১২জন লোক গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হৈছে। ৪০ফুট উচ্চতাৰ খুটাৰ দুটা বীম খহি পৰাৰ ফলতে এই ঘটনা সংঘটিত হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলতে গভীৰ শোকৰ ছাঁ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*