অসমশীৰ্ষ

বিতৰ্কৰ পিছত মুখ খুলিলে পাপনে

নিউজ ডেস্ক,প্ৰথম খবৰ: নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদ কৰিলে জনপ্ৰিয় কণ্ঠশিপল্পী অংগৰাগ পাপন মহন্তই। পাপনৰ চুমা বিতৰ্কৰ পিছত প্ৰথমবাৰৰ বাবে মুখ খুলিলে পাপনে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত জুবিন গাৰ্গক সমৰ্থন কৰিছে পাপনে। পাপনে কৈছে,’শিল্পীৰ স্বাধীনতা থাকিব লাগে।’

শেহতীয়া চুমা বিতৰ্ক সন্দৰ্ভত পাপনে কয়,’আইনৰ ওপৰত মোৰ বিশ্বাস আছে। আইনে সকলো বিচাৰ কৰিব’।

Related Articles

Leave a Reply

Close