বিনোদনৰাষ্ট্ৰীয়

বিবাহপাশত আবদ্ধ হ’ল হিমেশ ৰেশ্যমীয়া

নিউজ ডেস্ক,প্ৰথম খবৰ:বি-টাউনত ইখনৰ পিছত সিখন বিবাহ সম্পন্ন হৈ আছে। বিগত ৮ এপ্ৰিলত ছোনম কাপুৰ-আনন্দ আহুজাৰ আৰু ১০ এপ্ৰিলত নেহা ধুপীয়া-অংগদ বেদীৰ পিছত আজি বিবাহপাশত আবদ্ধ হয় হিমেশ ৰেশ্যমীয়া। বলীউদৰ জনপ্ৰিয় সংগীত পৰিচালক,গীতিকাৰ,সুৰকাৰ তথা গায়কজনে ছোনীয়া কাপুৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close