অসমশীৰ্ষ

আৰম্ভ হ’ল পৱিত্ৰ ৰমজান মাহ

নিউজ ডেস্ক, প্ৰথম খবৰ: মুছলিম সম্প্ৰদায়ৰ লোকসকলৰ বাবে এক পৱিত্ৰ মাহ হৈছে ৰমজান মাহ৷ এই ৰমজান মাহত ৰজা ৰাখিবলৈ ইতিমধ্যে সাজু হৈ উঠিছে ৰাজ্যৰ সমূহ মূছলিম ধৰ্মপ্ৰাণ ৰাইজ৷

কেন্দ্ৰীয় হিলাল কমিটীয়ে জনোৱা তথ্য অনুসৰি উত্তৰ প্ৰদেশত ৰমজানৰ জোন আৰু চেন্নাই আৰু বেংগালুৰুত দেখা যোৱা ৰমজানৰ চন্দ্ৰ অনুসৰি মুছলীম ধৰ্মপ্ৰাণ ৰাইজে বৃহস্পতিবাৰৰ পুৱতি নিশা ৩.০৯ বজাত পালন কৰে  ছেহেৰী আৰু সন্ধিয়া ৬.০৩ বজাত পালন কৰিব ইফটাৰ৷

Related Articles

Leave a Reply

Close