অসম

ভাণ্টে ৱাৰ্নাছাৰা আৰু নাই

নিউজ ডেস্ক,প্ৰথম খবৰ:মাৰ্ঘেৰিটাৰ দিবং বৌদ্ধমঠৰ অধ্যক্ষ ভাণ্টে ৱাৰ্নাছাৰাৰ আজি মৃত্যু হয়। ৯২ বছৰ বয়সত মৃত্যু হোৱা ভাণ্টে  ৱাৰ্নাছাৰা আছিল পূৰ্বাঞ্চল বৌদ্ধ সংঘৰ সভাপতি।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close