Home / অসম / ভাৰতত প্ৰচলন হ’ব স্পেচিয়েল কাৰ্গো এক্সপ্ৰেছ ৰে’ল

ভাৰতত প্ৰচলন হ’ব স্পেচিয়েল কাৰ্গো এক্সপ্ৰেছ ৰে’ল

নেচনেল ডেস্ক,প্ৰথম খবৰ:ভাৰতীয় ৰে’ল ব্যৱস্থাত নতুন সংযোজন। পোনপ্ৰথমবাৰৰ বাবে ভাৰতত উপলব্ধ হ’ব, “স্পেচিয়েল কাৰ্গো এক্সপ্ৰেছ ট্ৰেইন”। আজি টুইটাৰত ভাৰতীয় ৰে’ল বিভাগে এই কথা প্ৰকাশ কৰে। উত্তৰ-পূৰ্বাঞ্চলৰ পৰা মহাৰাষ্ট্ৰ, কৰ্ণাটক, কেৰেলা, গুজৰাটকে আদি কৰি ভাৰতৰ কেইবাখনো চহৰক সংযোগ কৰিব এই ৰে’ল ব্যৱস্থাত।

Leave a Reply

Your email address will not be published. Required fields are marked *

*