শীৰ্ষৰাষ্ট্ৰীয়

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুদ্ৰিক বৈঠকৰ তাৰিখ নিৰ্ধাৰণ

নিউজ ডেস্ক, প্ৰথম খবৰ: ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২০১৮-১৯ বৰ্ষৰ মুদ্ৰিক বৈঠক অহা ৪জুনৰ পৰা ৬জুনলৈকে তিনি দিনীয়াকৈ অনুষ্ঠিত কৰিছে। দুমহীয়া অধিবেশনখন দুদিনীয়াকৈ ৫ আৰু ৬ জুনত অনুষ্ঠিত কৰাৰ কথা আছিল যদিও বিশেষ প্ৰশাসনিক প্ৰয়োজনৰ বাবে বৈঠকখনৰ তাৰিখ আগুৱাই দিয়া হৈছে। প্ৰথম দুমহীয়া বৈঠক যোৱা ৪ আৰু ৫ এপ্ৰিলত অনুষ্ঠিত হৈ গৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close