আন্তঃৰাষ্ট্ৰীয়বিজ্ঞানশীৰ্ষ

ভাৰ্চুৱেল মুদ্ৰা মুকলি কৰিব ফেচবুকে!

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ: এইবাৰ ক্ৰিপ্ট’কাৰেন্সি মুকলি কৰাৰ সম্ভাৱনা ছ’চিয়েল মিডিয়াৰ হস্তী ফেচবুকে। টেকন’লজী ৱেবছাইট চেডাৰে এই কথা প্ৰকাশ কৰিছে। ৱেবছাইটটোৰ মতে ফেচবুক কৰ্তৃপক্ষ নতুন মুদ্ৰাক লৈ ছিৰিয়াছ।

উল্লেখ্য যে সমগ্ৰ বিশ্বজুৰি ফেচবুকৰ ২ বিলিয়ন ব্যৱহাৰকাৰী আছে আৰু বিটকইনৰ দৰে ক্ৰিপ্ট’কাৰেন্সিৰে ফেচবুক ব্যৱহাৰকাৰীয়ে লেনদেন কৰিব পাৰিব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close