অসমৰাষ্ট্ৰীয়

ভূৱনেশ্বৰত কলকাতা অভিমুখী ৪ বিমানৰ জৰুৰী অৱতৰণ

নেচনেল ডেস্ক, প্ৰথম খবৰ: প্ৰতিকূল বতৰৰ বাবে দেওবাৰে ভূৱনেশ্বৰ বিমান বন্দৰত জৰুৰীকালীনভাৱে অৱতৰণ কৰিবলগীয়া হয় ৪ খনকৈ বিমান৷ জৰুৰীভাৱে অৱতৰণ কৰিবলগীয়া বিমাণসমূহ হৈছে ডিব্ৰুগড় মোহনবাৰীৰ পৰা কলকাতা অভিমুখী বিমান আৰু বাঙ্গালুৰু, দিল্লী আৰু পাটনাৰ পৰা কলকাতা অভিমুখী বিমাণ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close