অসমশীৰ্ষ

“ভোট দিয়াটো আমাৰ অধিকাৰ, ৰাজনীতিয়ে মুৰ খাব নাপায়” জুবিন

 

নিউজ ডেস্ক,প্ৰথম খবৰ: শিৱসাগৰৰ বিহু মঞ্চত জুবিনৰ প্ৰতিক্ৰিয়া। অসমীয়া জাতিৰ বাবে সদায় কাম কৰি যাব জুবিনে। ৰাজনীতি বেয়া বস্তু সাধাৰণ লোকক ইয়াৰ পৰা আঁতৰত থকাৰ আহ্বান জুবিনৰ। লামডিঙৰ একাংশই চছিয়েল মিডিয়াত জুবিনৰ বিৰুদ্ধে  মন্তব্য কৰি বেয়া কৰিছে বুলিও কয় জুবিনে। “ভোট দিয়াটো আমাৰ অধিকাৰ কিন্তু ৰাজনীতিয়ে মুৰ খাব নাপায়” এয়া জুবিনৰ মত।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close