অসম

ভয়ংকৰ অগ্নিকাণ্ডত ভস্মিভূত ৫খনকৈ দোকান

নিউজ ডেস্ক, প্ৰথম খবৰ: অগ্নিকুণ্ডত পৰিনত হ’ল গোৱালপাৰা চহৰ। চহৰৰ মাজমজিয়াতে এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। ৫খনকৈ দোকান এই অগ্নিকাণ্ডত ভস্মিভূত হয়। এতিয়ালৈকে এই অগ্নিকাণ্ড কেনেকৈ সংঘটিত হৈছে সেয়া জানিব পৰা হোৱা নাই।

Related Articles

Leave a Reply

Close