শেহতীয়া
Home / অসম / মঙ্গলদৈত হিন্দু বাংলাদেশী সংস্থাপন বিৰুদ্ধে বিহুতলীৰ পৰাই সকিয়ালে বিশিষ্ট অভিনেতা অৰুণ হাজৰিকাই

মঙ্গলদৈত হিন্দু বাংলাদেশী সংস্থাপন বিৰুদ্ধে বিহুতলীৰ পৰাই সকিয়ালে বিশিষ্ট অভিনেতা অৰুণ হাজৰিকাই

প্ৰথম খবৰ,মংগলদৈ/দেওমৰনৈ:সদৌ দৰং জিলা ছাত্ৰ সন্হাৰ উদ্যোগত অনুস্থিত হোৱা ৰঙালী বিহু আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ সনাতন ধৰ্মসভা প্ৰাঙ্গনত অনুস্থিত হৈ যায়। উক্ত সমাৰোহত অৰুণ হাজৰিকা,মিনু বণিয়াকে ধৰি ভালে সংখ্যক গণ্য মান্য লোক উপস্থিত থাকে।

ভাষন প্ৰসংগত মঙ্গলদৈৰ পৰাই বাংলাদেশীৰ বিৰোধিতা কৰিলে বিশিষ্ট অভিনেতা অৰুণ হাজৰিকাই৷ হাস্যৰসৰ জৰিয়তে শিল্পী গৰাকীয়ে সুন্দৰভাৱে বুজাই দিলে বিদেশী সংস্থাপনৰ বিৰুদ্ধে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*