Home / অসম / মঙ্গলদৈত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰদান

মঙ্গলদৈত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰদান

মংগলদৈ/দেওমৰনৈ, প্ৰথম খবৰ: আজি সদৌ দৰং জিলা ছাত্ৰ সন্থা আৰু মঙ্গলদৈ জিলা কৰ্মচাৰী পৰিষদৰ যৌথ উদ্যোগত জিলা উপায়ুক্তক ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত যাতে নথিপত্ৰহীনভাবে সন্দেহজনক বিদেশীৰ নাম অন্তৰ্ভুক্ত নহয় তাৰ বাবে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনাই স্মাৰক পত্ৰ প্ৰদান কৰে।লগতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ লগত জড়িত ব্যক্তি সকলৰ নিৰাপত্তা  সুনিশ্চিত কৰাৰ বাবেও আহ্বান জনাই।

Leave a Reply

Your email address will not be published. Required fields are marked *

*