অসম

মহানগৰ আৰক্ষীৰ জালত ধৃত চোৰ

নিউজ ডেস্ক, প্ৰথম খবৰ:  মহানগৰীৰ ফটাশিল আৰক্ষীৰ জালত ৩ গভাইত চোৰ। ধৃত আব্দুল চামাদ, ৰফিকুল ইছলাম আৰু তুফান আলী। ফটাশিলৰ গোবিন্দ নগৰত বিশাল দে নামৰ এজনৰ এজন লোকৰ ঘৰত চুৰি কৰিছিল ধৃত তিনিওজনে। চুৰি কৰা অৱস্থাতে হাতে-লোটে কৰায়ত্ত কৰে ৰাইজে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close