শীৰ্ষৰাষ্ট্ৰীয়

মাংস খাওঁতে সাৱধান, কুকুৰৰ মাংসৰে ব্যৱসায়ী চলাইছে দেশৰ একাংশ হোটেলে

নেশ্যনেল ডেস্ক,প্ৰথম খবৰ:কলিকতাৰ হাওৰাস্থিত অশোক হোটেলত বৰ্তমান হাহাকাৰ পৰিস্থিতি। আৰক্ষীয়ে চলাইছে ৰেইড। কাৰণ হোটেলত কুকুৰৰ মাংসক কুকুৰা বা ছাগলীৰ মাংস বুলি বিক্ৰী কৰিছিল হোটেল কৰ্তৃপক্ষই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close