অসমশীৰ্ষ

মাজুলীত দলং নিৰ্মাণৰ দাবী জুবিনৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: মাজুলীৰ সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰি থকাৰ মাজতে জুবিনৰ দাবী। মাজুলীত দলং হ’ব লাগে। নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ চৰকাৰৰ বিপক্ষে সকলোকে উলাই আহিবলৈ পুনৰ আহ্বান কৰিলে জুবিনে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close