অসম

মাতৃভূমীলৈ উৰা মাৰিলে ছেহজাদা খানে

নিউজ ডেস্ক, প্ৰথম খবৰ: অৱশেষত আফগানিস্তানলৈ ওভতাই পঠিওৱা হ’ল দীৰ্ঘদিন ধৰি দক্ষিণ কামৰূপৰ মিৰ্জাত অবৈধৱাৱে বসবাস কৰি অহা মাতি ছেহজাদা খান নামৰ লোকজনক। ১৯৮০ চনৰে পৰা ভাৰতত অবৈধভাৱে বসবাস কৰি আহিছিল লোকজনে। এবছৰ ধৰি গোৱালপাৰাৰ ডিটেনচন কেম্পত ৰখা হৈছিল লোকজনক। মিৰ্জাতে সংসাৰো গঢ়িছিল মাতি ছেহজাদা খানে। অৱশেষত আজি আফগানিস্তানলৈ ওভতাই পঠিয়াওৱা হয় লোকজনক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close