শেহতীয়া
Home / অসম / মিৰ্জাত মৃতদেহ উদ্ধাৰ

মিৰ্জাত মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ,মিৰ্জা:দক্ষিণ কামৰূপৰ মিৰ্জাত মৃতদেহ উদ্ধাৰ। মিৰ্জাৰ সৰপাৰাৰ ৰাজহুৱা পুখুৰীত উদ্ধাৰ যুৱকৰ মৃতদেহ। মৃত যুৱকজনৰ নাম মুন দাস। পুৱা স্থানীয় লোকে উদ্ধাৰ কৰে যুৱকজনৰ মৃতদেহটো। বৰ্ত্তমানলৈ জানিব পৰা হোৱা নাই যুৱকজনৰ মৃত্যুৰ কাৰণ।

Leave a Reply

Your email address will not be published. Required fields are marked *

*