অসমশীৰ্ষ

মুকবধিৰ শিশুক বলাৎকাৰ

নিউজ ডেস্ক,প্ৰথম খবৰ:লংকাৰ কাকীত সংঘটিত হৈছে এক জঘন্য ঘটনা। মুকবধি শিশু বলাৎকাৰৰ বলী হয় ৩ নং কাকী ঠাইচুপাৰত। অভিযোগ অনুসৰি ধন বণিয়া নামৰ এজন যুৱক এই কাণ্ডৰ লগত জড়িত। ইতিমধ্যে কাকী আৰক্ষী চকীত যুৱকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Close