অসমশীৰ্ষ

মুম্বাইৰ প্ৰতিষ্ঠিত কন্ঠশিল্পী অসমৰ বিহুত 

নিউজ ডেস্ক,প্ৰথম খবৰ:মাৰ্ঘেৰিটাৰ ব’হাগী উৎসৱত মায়ানগৰী মুম্বাইৰ পৰা আহি অংশ ল’লে জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ছানুৱে। অসম আৰু অসমীয়াৰ প্ৰশংসাত পঞ্চমুখ  হৈ পৰে কণ্ঠশিল্পীগৰাকীয়ে সুধাকণ্ঠ ভূপেন হাজৰিকাক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ লগতে আৰ ডি বৰ্মনৰ প্ৰতিও শ্ৰদ্ধা নিবেদন কৰে শিল্পীগৰাকিয়ে।

Related Articles

Leave a Reply

Close