অসমশীৰ্ষৰাষ্ট্ৰীয়

মেজৰ ৰাতুল গগৈক গ্ৰেপ্তাৰ

নেচনেল ডেস্ক, প্ৰথম খবৰ: অসম গৌৰৱ মেজৰ ৰিতুল গগৈক গ্ৰেপ্তাৰ কৰা হৈছে। জম্মু-কাশ্মীৰত সেনাবাহিনীৰ মেজৰ হিচাপে কৰ্মৰত ৰিতুল গগৈৰ সাহসিকতাৰ বিষয়ে সমগ্ৰ বিশ্বই জানে। জম্মু-কাশ্মীৰৰ এখন হোটেলত এজনী ১৮ বছৰীয়া যুৱতীৰ সৈতে প্ৰৱেশ কৰিবলৈ যাওঁতে হোটেলৰ কতৃপক্ষই বাধা দিয়াক লৈ কাজিয়াৰ সৃষ্টি হয়। অৱশেষত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মেজৰ ৰাতুল গগৈক কিছু সময়ৰ  বাবে আটক কৰি তদন্ত অব্যাহত ৰাখিছে। এক গুৰুত্বপূৰ্ণ চাৰ্চ মিটিঙৰ ববে হোটেললৈ অহা বুলি অভিযুক্ত ৰাতুল গগৈয়ে জানিবলৈ দিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close